আজি আমাৰ ভুঁই ৰুলে 😄 চাওক মই কি অৱস্থা কৰিলোঁ কঠিয়াৰ 🤣 মোক বিন্ধিলে কিহে🥺 আৰু নাজাও মই ভুঁই ৰোৱ 🥺