"Shankardeva"
Tune inspired by Rasraj Ji Maharaj's Hanuman chalisa/Bajrang Baan
Vocal & Lyrics by Deba Geetz
Music by Anjan Das
"শংকৰদেৱ"
Rasraj ji Maharaj'ৰ মুখত শুনা হনুমান চালিছা/বজৰংগ বাণৰ সুৰটোৰ পৰা অনুপ্ৰাণিত হৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ আধাৰত মোৰ কথা আৰু কন্ঠৰে সৃষ্টি হোৱা “শংকৰদেৱ” এটি কবিতা/গীত। ভাতৃবন্ধু অঞ্জনৰ সাংগীতিক স্পৰ্শই কথাখিনিক আৰু অধিক শুৱনি কৰিছে। গুৰুজনাৰ সৃষ্টি সমূহ আমি গাইহে থাকোঁ কিন্তু তেওঁৰ বিষয়েও গোৱাৰ দৰকাৰ আছে। উঠি অহা প্ৰজন্মই তেওঁৰ বিষয়ে জনাটো খুবেই প্ৰয়োজন। মোৰ এই শব্দ, কণ্ঠ আৰু সৃষ্টী জাতিৰ বাবে। আশা কৰো সকলোৱে শুনি ভাল পাব। (No Copyright)
SANKARDEV | DEBA GEETZ | OFFICIAL VIDEO | 2024
Теги
SankardevSankardev kini tumar lilaSankardev kintu tumar lila zubeen songSankardev songSankardev sishu niketanSankardev dhuniaSankardev gola goiSankardev hori nam loboloi koiSrimanta Sankardev songSrimanta Sankardev sangha adhiveshanSrimanta Sankardev KalakshetraMadhabdev borgeetPabitra Bhado MahotPapon borgeetZubeen bhaktimulak geetzubeen oldzubeen garg assamese songZubeen naam songdeba geetz new songdeba geetz stage program