News18 Assam NE LIVE | Sumi Borah | Tarkik Borah | Arrest | Assam Police | Bishal Phukan | GP Singh
Sonapur Eviction News :
আজি সোণাপুৰৰ কচুতলিত পুনৰ চলিব প্ৰশাসনৰ উচ্ছেদ। বৃহস্পতিবাৰে উচ্ছেদস্থলীত সৃষ্টি হৈছিল অপ্ৰীতিকৰ পৰিস্থিতিৰ। আৰক্ষী আৰু বেদখলকাৰীৰ মাজত সংঘটিত সংঘৰ্ষত দুগৰাকী বেদখলকাৰীৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে আৰক্ষী মহিলাসহ কেইবাজনো লোক।
Sumi Borah In Lock Up :
ডিব্ৰুগড় আৰক্ষীৰ লক আপত প্ৰথমটো নিশা কটালে ৰীল অভিনেত্ৰী চুমী বৰাই।
Armed Man in Guwahati :
মহানগৰীত আৰক্ষীৰ জালত ৬ পিষ্টলধাৰী। গেমচ ভিলেজৰ সন্মুখত কৰায়ত্ত পিষ্টল ধাৰী গেঙটোক। কাহিলীপাৰাত এজনক খেদি খেদি গুলীয়াইছিল আদিত্য শৰ্মা বৰুৱা নামৰ দুৰ্বৃত্তটোৱে। RSSৰ লখিমপুৰ জিলাৰ শাৰীৰিক প্ৰমুখ আদিত্য শৰ্মা বৰুৱা।
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#tradingfraud #sumiborafraud #vishalphukanarrested #swapnanildasarrested #stockmarketfraud #amitshah #aasu #sankarjyotibaruah #himantabiswasarma #manipurviolence
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । [ Ссылка ] এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here [ Ссылка ]
Please visit our website [ Ссылка ] for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: [ Ссылка ] , iPhone: [ Ссылка ]
To subscribe our channel click here [ Ссылка ]
Ещё видео!