#Talibans #Afghanistan #kabul
"আপুনি আপোনাৰ জীৱনৰ চিত্ৰকৰ। আনক এই ছবি অঁকা ব্ৰাছডাল নিদিব"
নিজৰ অন্তিমটো ফেচবুক পোষ্টত এইদৰে কৈছিল ১৯ বছৰীয়া আফগান কিশোৰ জাকি আনছাৰিয়ে ৷ জাকিয়ে হয়তো ভবা নাছিল সেইটোৱে তেওঁৰ অন্তিম পোষ্ট হ’ব ৷ কিন্তু
কাটাৰত আমেৰিকান সেনাৰ বিমানৰ হুইল ৱেলত আনছাৰিৰ দেহৰ অৱশেষ উদ্ধাৰ হোৱাৰ পাছত তেওঁৰ সেই পোষ্টটো যেন হৈ পৰিছে এটা সম্ভাৱনাময় জীৱনৰ ভয়ানক পৰিণতিৰ এক বিষাদগাঁথা ৷
...
Facebook: Headline 8 [ Ссылка ]
Twitter: @headline8assam [ Ссылка ]
Instagram: [ Ссылка ]
...
![](https://i.ytimg.com/vi/9CKJfKmxVPI/maxresdefault.jpg)