নমস্কাৰ............🙏
সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো❤️।
ৰঙালী বিহু বুলি আপোনালোকৰ মাজত এটি বিহু নৃত্য আগবঢ়ালোঁ ❤️
আশা কৰোঁ আপোনালোকক এই video টি ভাল লাগিব 🥰
আৰু যদি কিবা ভুল হৈছে comment box t জনাব 🥰
ধন্যবাদ ❤️💞
*perfomence By:- Dipika Bhowmick
[ Ссылка ]
videography :- Manash Pratim Roy
[ Ссылка ]*
*Original credit:----------
Song :- Dhole Logai Maat
Singer :- Bikash Gogoi, Apurba Jyoti Mohan*
Happy Rongali Bihu ❤️
Ещё видео!