#CS_Shivaa
🎬Film : Hunarur Halodhiya Hanhi
🎤Singer : C.S. Shivaa
✍️Lyrics,🗣️Tune & 🎹Music: C.S. Shivaa
🎶Music arrangement:Arup Dutta
●Language : Assamese.
◆Lyrics :
ভাল নালাগে জানা..
তুমি নামাতিলে
ভাল নালগে জানা..
তুমি নাহাঁহিলে
[বুকুতো নুফুলে ফুল
ৰঙা কলিজাৰে ফুল]2
যদি তুমি নিদিয়া
মিঠা মৰমৰে বোল
ভাল নালাগে জানা..
তুমি নামাতিলে
ভাল নালাগে জানা..
তুমি নাহাঁহিলে l
ভাল নালাগে জানা...
তুমি নাথাকিলে..
ভাল নালাগে জানা...
তুমি আতঁৰিলে
নবলে মলয়া জুৰ..
নুশুনো চিনাকি সুৰ
মৰহে আশা মোৰ..
দুখৰো নপৰে ওৰ
আঁতৰি নাযাবা..
কাষতে থাকিবা মোৰ
চিৰদিন চিৰকাল..
বাজিব অমিয়া সুৰ
জীৱনেও গাব আমাৰ
মৰমৰে গান..
ভাল নালাগে জানা..
তুমি নামাতিলে
ভাল নালাগে জানা..
তুমি নাহাঁহিলে..
জোনাকেও নাহাঁহে..
মনৰ অকাশতে
হিয়া মোৰ উঁচুপে..
তোমাক নেদেখিলে
তোমালে বাটে চাই..
আছোঁ দিনে নিশাই
নীৰৱে কান্দিছোঁ..
তোমাৰে ছবিকে চাই
নহবা বেলিটি
পশ্চিম আকাশৰে ..
হাঁহিহৈ থাকা মোৰ
কলিজাৰ কোঁহে কোঁহে ..
থাকা বৈ বুকুতে মোৰ
মৰম নদী হৈ..
ভাল নালাগে জানা..
তুমি নামাতিলে..
ভাল নালাগে জানা..
তুমি নাহাঁহিলে.. ll
©Copyright Reserved By : C S SHIVAA OFFICIAL
Our Social Links :
◆Find me on Facebook : [ Ссылка ]
◆Like Our Facebook Page : [ Ссылка ]
◆Our Facebook Group : [ Ссылка ]
●📧Email : csshiva27@gmail.com
![](https://i.ytimg.com/vi/HJ94ns-n9As/maxresdefault.jpg)