Facebook-[ Ссылка ]
Instagram-[ Ссылка ]
SPOTIFY- [ Ссылка ]
wynk-Listen to the song: Eti Mitha Xur at [ Ссылка ] on Wynk Music
JioSavan-[ Ссылка ]
AUDIO CREDITS:
LYRICS-Tutu Garg
TUNE-Breezu Saikia
MUSIC- Breezu Saikia
GUITAR- Sunit Rabha
Mix & Mastered - Breezu Saikia@Studio Octave,Gogamukh
VIDEO CREDITS:
🔺Pranjeet Doley
Special Thanx
Chandra kr.Patgiri
#Breezusaikia #TutuGarg #StudioOctave
LYRICS:
এতিয়া হিয়ায়ে
তোমাকে বিচাৰে
শিৰে শিৰে আছা তুমি বৈ
এতিয়া মৰমে
তোমাকে সামৰে
দেহে প্রাণে আছা তুমি বৈ
তুমি মোৰ জোন
হৃদয়ৰে চোন
তুমি মোৰ প্রণয়ৰে
এটি মিঠা সুৰ
এমুঠি সপোনে যায়
হৃদয়ৰ সীমনাৰে বৈ
এপাহি আবেগে চায়
মৰমৰ কাষৰতে ৰৈ
সপোনো তুমি হৈ
আবেগো তুমি হৈ
ৰোৱাহি হৃদয়তে মোৰ
সুখেও তোমাতে ৰয়
হেপাহৰ কথাকে কৈ
জীৱনে গীতকে গায়
আশাবোৰ কোলাতে লৈ
জীৱনো তুমি হৈ
আশাও তুমি হৈ
ৰোৱানা পৃথিৱীতে মোৰ।
Ещё видео!