Audio Credits : Bauli
Singer : Gautam Kalita
Composition & Lyrics : Ritumoni Bordoloi
Music & Mixed-Mastered : Dhruv Thakuria
Additional Humming : Ritumoni Bordoloi & Dhruv Thakuria
মোৰ মন বাউলী যে হৈ
প্ৰতিপলে নজনাকে তোমাতে ৰ'ল
মোৰ মন বাউলী যে হৈ
তোমাৰে হৃদয়তে বিলীন হ'ল
আউসীৰে জোনাকতে
সপোনৰে দলিচাতে
আকিলোঁ এখনি তোমাৰ ছবি
কিযে প্ৰণয়ৰে ৰং সানি তুমি
মতলীয়া মোক কৰিলাহি
এতিয়া প্ৰতি উশাহো যে তুমি
মোৰ মন বাউলী যে হৈ
প্ৰতিপলে নজনাকে তোমাতে ৰ'ল
কপাহি মোৰে হিয়াখনি
কিয়নো কঁপিছে ঘনে ঘনে আজি
মৌনতাত বিভূৰ অনুভূতি
উঠিছে কিয় আজি উথলি
কাষলে আহি এবাৰ লোৱানা মোক সাৱতি
অভিমানো উঠিব জাগি
মন আকাশত আছা যে
তুমি সোন জিলিকি
পোহৰোৱা মোৰ এন্ধাৰ পৃথিৱী
মোৰ মন বননিত
নিয়ৰ হৈ চুমাহি
মোৰ আকাশৰ ৰামধেনু তুমি
আউসীৰে জোনাকতে
সপোনৰে দলিচাতে
আকিলোঁ এখনি তোমাৰ ছবি
কিযে প্ৰণয়ৰে ৰং সানি তুমি
মতলীয়া মোক কৰিলাহি
এতিয়া প্ৰতি উশাহো যে তুমি
মোৰ মন বাউলী যে হৈ
প্ৰতিপলে নজনাকে তোমাতে ৰ'ল
Connect with Facebook
[ Ссылка ]
Connect With Instagram
[ Ссылка ]
© Gautam's Creation
#Gautamkalita #DhruvThakuria #Bauli
Listen to 'Bauli' on
JioSaavn [ Ссылка ]
Spotify [ Ссылка ]
Wynk Music [ Ссылка ]
Gaana [ Ссылка ]
![](https://i.ytimg.com/vi/J7qE9SDEu30/maxresdefault.jpg)