এইটো "যুক্তি-বিকাশ সমিতি, অসম"-ৰ অন-লাইন আলোচনী “মুক্ত চিন্তা”-ৰ গীত। গীতটিৰ কথা আৰু সুৰ সমুদ্ৰ কাজল শইকীয়াৰ।
২০২০ চনৰ জুলাই মাহত “মুক্ত চিন্তা”-ই ষষ্ঠ বৰ্ষত ভৰি দিছিল। কভিড-১৯ ৰোগৰ বাবে উদ্ভৱ হোৱা প্ৰতিকূল পৰিস্থিতিৰ বাবে আলোচনীখনৰ পঞ্চম বৰ্ষপূৰ্তিত যুক্তি-বিকাশ সমিতি, অসম-এ কোনো ৰাজহুৱা অনুষ্ঠানৰ আয়োজন কৰা নাছিল। সেইদিনা বহুতো শুভাকাংক্ষীয়ে স্বপ্ৰণোদিত হৈ মুক্ত চিন্তাৰ গীতটি ফেচবুকত পৰিৱেশন কৰিছিল, গীতটি ফেইচবুকৰ দেৱালে দেৱালে বাগৰি ফুৰিছিল। এই গীতটি তাৰেই মাজৰ এটা।
অন-লাইন আলোচনী “মুক্ত চিন্তা”-ৰ ইণ্টাৰনেটৰ লিংক :
[ Ссылка ]
“মুক্ত চিন্তা” ফেচবুক গোটৰ ইণ্টাৰনেটৰ লিংক :
[ Ссылка ]
Ещё видео!