Song - Doyal Thakur
Singer - Jurmalaya Das
lyrics and tune - Jitumoni Das
Music director / composer - Bishnu Sarma
Cinematography and editing - Ratan konwar
Studio - Spectrum studio
DO SUBSCRIBE MY CHANNEL FOR MORE VIDEOS
This is a devotional song which is based on SHREE SHREE THAKUR ANUKUL CHANDRA
Special thanks to BISHNU SARMA , NABANITA DAS and TRILOKESH RANJAN ROY SARKAR
This song is dedicated to my beloved grandfather SHREE GIRISH CHANDRA DAS.
Heartfull thanks to my Mother SHREE DIPANJALI DAS.
Lyrics :
দয়াল ঠাকুৰ অনুকূল
তুমি যে আমাৰ প্ৰেৰনাৰে মুল ,
দয়াল ঠাকুৰ অনুকূল
তুমি যে আমাৰ প্ৰগতিৰে মুল ,
যজন যাজন ইষ্টভৃতি
কি যে মধুৰ এই তিনি ধ্বনি
দয়াল তুমি যে বিলালা
এই ধৰাত কত মধুৰ বানী
~অ' দয়াল...
~দয়াল ঠাকুৰ ....
•প্ৰতি প্ৰাতঃ গধুলি
তোমাৰেই পূজা স্তুতি কৰো(×2)
দয়াল আশীষ দিয়াহে
শ্ৰী চৰনে তোমাৰ প্ৰণাম কৰো
দয়াল ঠাকুৰ অনুকূল
তুমি যে আমাৰ প্ৰেৰনাৰে মুল...
~অ' দয়াল...
~দয়াল ঠাকুৰ....
•নতুন দিগ্ দিগন্ত
তোমাতেই সুচনা কৰো(×2)
প্ৰতি পল অনুপল
তোমাকেই প্ৰভু স্মৰন কৰো
দয়াল ঠাকুৰ অনুকূল
তুমি যে আমাৰ প্ৰেৰনাৰে মুল
দয়াল ঠাকুৰ অনুকূল
তুমি যে আমাৰ প্ৰগতিৰে মুল...
Ещё видео!