Bishrut Saikia's new single 'Tumi Koba Ne Moi Kom', produced by & co-written with Namrata Sagar.
Vocals: Bishrut Saikia
Composition: Namrata Sagar & Sumit Baruah
Music Arrangement: Sumit Baruah
Flute: Kailash Rabha
Guitars: Sumit Baruah
Mix Engineer: Sumit Baruah
Mastering Engineer: Sumit Baruah
Asst. Recording Engineer: Angshuman Kalita
Lyrics:
সঘনে তোমালে চাই
বিচাৰোঁ মনৰ কোঠাতে ঠাই
চকুত দেখো আবেগ ৰহণ
বুজিবলৈ লাগে লগন
অহা যোৱা কৰে হাঁহিবোৰ
মিছিকিয়াৰ আঁৰে সকলো
লুকাই থকা আবেগ ৰহণ
বুজিবলৈ লাগে লগন
তুমি ক'বা নে মই ক'ম
সাঁথৰ ভাঙি তোমাৰে হ'ম
দুচকুত কিনো মায়া
আলসুৱা
হেঁপাহৰো পৰিধি ভঙা
কোমল উশাহ
কথাৰ মালা আজি গীত কিয়
সময় মালা আজি ঋতু কিয়
বান্ধোনৰ এই শুভ লগনত
তুমি ক'বা নে মই ক'ম
সাঁথৰ ভাঙি তোমাৰে হ'ম
সঘনে তোমালে চাই
বিচাৰোঁ মনৰ কোঠাতে ঠাই
চকুত দেখো আবেগ ৰহণ
বুজিবলৈ লাগে লগন
অহা যোৱা কৰে হাঁহিবোৰ
মিছিকিয়াৰ আঁৰে সকলো
লুকাই থকা আবেগ ৰহণ
বুজিবলৈ লাগে লগন
তুমি ক'বা নে মই ক'ম
সাঁথৰ ভাঙি তোমাৰে হ'ম
#bishrutsaikia #tumikobanemoikom
Ещё видео!