Morom Xodaiye Laage (Official single)
Follow Bishrut Saikia:
Instagram: [ Ссылка ]
Facebook: [ Ссылка ]
Lyrics:
অস্ত বেলিয়ে দিগন্ত চুমে,
মন গহ্বৰ মোৰ পোহৰাই কোনে?
অলপ মৰমে যদি পোহৰাই তোলে,
সেই মৰম সদায়ে লাগে।
তাই ভাল পায়
অস্ত বেলি চায়
বিচাৰে আবেলিৰ ৰঙায়ে
আদৰি লওক গধুলিৰ সতে
যুজি থকা মোৰ সমীহক
নৱাৰুণে মোক মুকলি কৰক
তাইৰ মৰম সদায়ে লাগে।
বেলি উভতি আহে
গহ্বৰ মনৰ ভাঙে
সমীহক মুকলি কৰে
দিগন্তক সাৱটি চুমে
প্ৰদীপ্ত সোণালী ৰঙে
তাইৰ আশা পূর্ণ কৰে
পক্ষীৰ দৰে
মোৰো মনে
ঘৰমোৱা হৈ
জিৰাৱ খোজে
তাইৰ মৰমে যদি
জিৰণিৰ ঘৰ সাঁজে
তাইৰ মৰম সদায়ে লাগে।
#bishrutsaikia #moromxodaiyelaage
Ещё видео!