এই ইলিছ মাছৰ ৰেছিপিটো অলপ বেলেগকৈ ৰান্ধিলো, সৰিয়হৰ লগত আফুগুটি দি ৷ খাবছোন , বেলেগ টেষ্টি ৷
ইলিছ মাছ-৬ পিচ
হালধীয়া সৰিয়হ -১/৪ কাপ
আফু গুটি -১/২ কাপ
কালজিৰা -১ চামুচ
জলকীয়া -২ টা
আফু আৰু সৰিয়হ খিনি টিয়াই থব পেষ্ট কৰাৰ আগতে ৷
Please try this recipe at home and let us know your experience. If you like this video please subscribe to our channel and also share with your friends
Copyright © ChefBB’sKitchen
Please follow us on Instagram:
[ Ссылка ]
Please follow our FB page:
[ Ссылка ]
About us
[ Ссылка ]
[ Ссылка ]
Check #chefbbs #xoriyohdiyailish
#ilishmachrecipe #hilshafishrecipe
#sorsheilishrecipe
#chefbbskitchenfishrecipes
![](https://i.ytimg.com/vi/pvBNzcclvQc/mqdefault.jpg)