#Bihu_Bholenath || Pranab Nixad ||Tarun tanmay ||Assamese new song
for live show contact
ph -9101092254
||Audio Credit||
Producer -Ruhini gogoi,Dimbeswari gogoi ( Dewta,Ma )
Singer-Pranab Nixad Gogoi
Music -Tarun tanmay
Lyrics Tune -Pranab Nixad, Raj nahan
Flute -Anjan medhi
Guiter -Rupam sharma
Dhool khul nagara-Pankaj Bora
Mix-Koustav Saikia
Master-Diganta Bordoloi
Recording Studio -Blue Raga (Ghy)
Dubbing -Hirok Jyoti Nath
GFX-Zonak Yugantar Bora
Poster -Pranjal konwore
||Video||
Direction -Ashim Gogoi
Editing -Moni Rajkonwar
Cast-sumki kochari,Nirupam Saikia,Digangana Bora, Rajib Dowri,
Costume-Garima Saikia Garg
Makeup-Riyan kashyap
Camera-Krishna Saha
Drown-joydeep Paul
Production-Dipon baruah
Assistant-Deep
Publicity Designer -Nilutpal Chaliha
Social Media Management -Hirok Jyoti Boishya
//Special thanks//
Trinayan Hazarika,Bishal , Hrishikesh , Anshuraj ,Manash,Partha Hazarika,Pulak Gogoi,Ranjan Das,Dipok Mudoi,
Other Song Link 👇👇👇
O mure Koneng👇👇👇
[ Ссылка ]
Ture Bodyguard 👇👇👇
[ Ссылка ]
I love you buli👇👇👇
[ Ссылка ]
All Copyright Reserved By Rodali Records
#Lyrics
মনৰ আশা পুৰাবলে সোমবাৰে ব্ৰত মানিছো
মনে মিলা এজনীকে পাবলে মই সাধিছো
মনৰ আশা পুৰাবলে সোমবাৰে ব্ৰত মানিছো
মনে মিলা এজনীকে পাবলে মই সাধিছো
আনৰ পাভযোৰা দেখি বুকু জ্বলি যায়
মোৰে কপালতে কিয় এজনী ও নাই
হাই ঐ দেউতা ঈশ্বৰ ঐ
দিয়া কিবা উপায় ঐ
নহলে চোন মই অসহায়
অ মই ভোলেনাথক সাধিছো
অ মই ভোলেনাথ পূজিছো
মনে মিলা এজনীকে পাবলে
অ মই ভোলে বাবাক পূজিছো
কলিজাৰ কেঁচা সোণ
হিয়াৰ কাছি জোন
তৰা বছা আকাশতে পুৰ্ণিমাৰে জোন
আল ফুলে সাৱতি ৰাখিছো তোক বুকুত
জানৈ দেখো তোৰ বাদে আছে নু মোৰ কোন
হাই ঐ দেউতা ঈশ্বৰ ঐ
দিয়া কিবা উপায় ঐ
নহলে চোন মই অসহায়
অ মই ভোলেনাথ ক সাধিছো
অ মই ভোলেনাথ পূজিছো
মনে মিলা এজনীকে পাবলে
অ মই ভোলে বাবাক পূজিছো
এ উঠোতেও দেখো তই বহোতেও দেখো তই
আছোনে বাৰু তেনেকৈ তোৰ বুকুতে মই
এই নাযাবি দুৰলৈ নাচিবি আনলৈ
থাকিবি মোৰ বুকুৰ মাজতে সপোন ৰাণী হৈ
হাই ঐ দেউতা ঈশ্বৰ ঐ
দিয়া কিবা উপায় ঐ
নহলে চোন মই অসহায়
অ মই ভোলেনাথক সাধিছো
অ মই ভোলেনাথ পূজিছো
মনে মিলা এজনীকে পাবলে
অ মই ভোলে বাবাক পূজিছো
#O_Moi_Bholenathak_Pujisu
#o_moi _bholenath _k_pujisu
#Assamese_new_song
#assamese_new_song_2024
#ashim_gogoi
#newassamesesong
#assamesemusic
#tarun_tanmoy
#vreegukashyap
#beauty_bailung
#newassamesesong
#haraharamahadev
#bholenath
#sivjibihu
#Omoibholenathakpujisu
#O_moi_bholenathak_pujisu
#Bholenathak_pujisu
Bholenathak pijisu
O Moi Bholenathok hadhisu
#newassamesesong
#tarun_tanmoy #ashim_gogoi Nirupom_Saikia
#Beauty_Bailung #newassamesesong2023
o moi bhole nathok hadhisu
o moi bhole nathok pujisu
o moi bholenathok pujisu
bholenathok pujisu
Ещё видео!