Bohagi Jetuka | বহাগী জেতুকা
CREDITS
Singer: Gitanjali Das
Lyrics & Tune : Ramen Danah
Music : Tarun Tanmoy
Mix & Mastering : Ibson Lal Baruah
Guitar : Rupam Sharma
Flute : Anjan Medhi
Recording Studio : Orange by Dipankar Baishya
চেনেহী কোমল কলিজাত
তুমি নামৰে পাৰিজাত
আলফুলে থৈ দিলো
কোনে চুব পাৰে তাক
চেনেহী কোমল কলিজাত
তুমি নামৰে পাৰিজাত
আলফুলে থৈ দিলো
কোনে চুব পাৰে তাক
আহুদি কিনো খুৱালা
পাগলী কৰিহে এৰিছা
হিয়াত সানি দিলা তুমি ৰঙা ৰঙা
প্ৰেমৰ বহাগী জেতুকা
হিয়াত সানি দিলা তুমি ৰঙা ৰঙা
প্ৰেমৰ বহাগী জেতুকা
ও মই নিলাজী নিলাজী মলয়া উৰি উৰি যাম
পদুমী পদুমী খোজেৰে তোমাৰে কাষ পাম
ও মই ভিতৰি ভিতৰি তোমালে মৰিছো কিমান
আঁতৰি আঁতৰি থাকিলে পাবানে উমান
আহুদি কিনো খুৱালা
পাগলী কৰিহে এৰিছা
হিয়াত সানি দিলা তুমি ৰঙা ৰঙা
প্ৰেমৰ বহাগী জেতুকা
হিয়াত সানি দিলা তুমি ৰঙা ৰঙা
প্ৰেমৰ বহাগী জেতুকা
ও মৰম তোমাৰ শপত তোমাকে ভালপাওঁ
মন দাপোনত তোমাৰ ছবি জুমি জুমি মই চাওঁ
ও মৰম তোমাৰ নামত নিজকে সজাওঁ
মেলি দিয়া দুহাত তোমাৰ বুকুতে জিৰাওঁ
আহুদি কিনো খুৱালা
পাগলী কৰিহে এৰিছা
হিয়াত সানি দিলা তুমি ৰঙা ৰঙা
প্ৰেমৰ বহাগী জেতুকা
হিয়াত সানি দিলা তুমি ৰঙা ৰঙা
প্ৰেমৰ বহাগী জেতুকা
লা লা লা লা লা লা লা লা লা লা…
লা লা লা লা লা প্ৰেমৰ বহাগী জেতুকা…
|| Scocial Platform ||
Instagram: [ Ссылка ]
Facebook Page: [ Ссылка ]
YouTube Official Channel: [ Ссылка ]
___________________________________________________________________________________
|| Other Video Link ||
[ Ссылка ]
[ Ссылка ]
[ Ссылка ]
[ Ссылка ]
[ Ссылка ]
[ Ссылка ]
[ Ссылка ]
[ Ссылка ]
[ Ссылка ]
[ Ссылка ]
Ещё видео!