AXOMIYA SOWALI অসমীয়া ছোৱালী
Audio Team:
Singer: DIMPY SONOWAL
Lyrics: PALASH SURYA GOGOI
Music composer & arranger: CHANDAN DAS
Guitar & stroke: RUPAM SHARMA
Flute: ANJAN MEDHI
Audio mix & master: PINKU DAS
Audio studio: RED AV STUDIO & CD STUDIO
Music Label & Publisher : Red Av Studio
Video Team:
Video director: RINTU CHOUDHURY
Asst: MOKIBUL
Cinematography: NAGEN BAISHYA
Editor: MANAS KASHYAP
Arial: CHANDAN BHUYAN & KUSHAL
Gfx: ZONAK
Make-up: ABHIJIT
Production manager: RUPAM RIYAN DEKA
For any enquiry and collaboration call:
(+91) 9864134945, (+91) 8638472395
Email: chandanmusik@gmail.com
(SOCIAL)
Follow Dimpy Sonowal
Instagram:
[ Ссылка ]
Facebook:
[ Ссылка ]
Follow Chandan Das
Instagram:
[ Ссылка ]
Facebook:
[ Ссылка ]
Music Publisher: Red Av Studio
© All rights reserved by Red Av Studio
Don't forget to watch:
RAIL:
[ Ссылка ]
PABHO JORA 1:
[ Ссылка ]...
SONOWAL KACHARI:
[ Ссылка ]...
SIRADINALOI:
[ Ссылка ]...
TUMI AARU MOI:
[ Ссылка ]...
PABHO JORA 3.0
[ Ссылка ]
PABHO JORA 2:
[ Ссылка ]
SONOWAL KACHARI :
[ Ссылка ]...
O MANTRI:
[ Ссылка ]
Sonowal Kacharir PORICHAY
[ Ссылка ]...
LAAJEI DEKHUN LAAGI JAAY:
[ Ссылка ]...
MAST QALANDAR:
[ Ссылка ]
GANJA:
[ Ссылка ]
AAMARAN AAJIWAN:
[ Ссылка ]_...
NODI:
[ Ссылка ]
XAPONAR KARKHANA:
[ Ссылка ]
XADHANA :
[ Ссылка ]...
BRISHTI :
[ Ссылка ]...
O BODO:
[ Ссылка ]...
ZALIMA :
[ Ссылка ]...
SHYAMOLIMA :
[ Ссылка ]...
BULLEYA:
[ Ссылка ]...
AXOMIYA SOWALI Also available on-
•JioSaavn-
[ Ссылка ]
•Wynk-
[ Ссылка ]
•Gaana-
[ Ссылка ]
•Amazon Prime Music-
[ Ссылка ]
•Hungama-
[ Ссылка ]
•Spotify-
[ Ссылка ]
•Apple Music-
[ Ссылка ]
LYRICS:
লাহৰীজানৰ মই নাচনী
গাঁৱতে জোকায় অʼ গোসাঁনী
নাই নামাৰোঁ চু-চুপতি
না-না নহয় মোৰ মন বিলাতী
মন গʼলেনো বতাহ
মন গʼলেনো ৰʼদ
হʼব খোজে মোৰ লগৰী
লাই বাবৰী শাক, তুলিনো ভাল পাওঁ
গধূলি পুৱা, নাম এফাঁকি গাঁও
হে জোকৰে ভয়তে খালকে নেৰো নেৰো
আমি অসমীয়া ছোৱালী ভয় নকৰোঁ
আমি অসমীয়া ছোৱালী জাকতে জিলিকো
লেতেকু চিঙিমে জান ঐ
কঠালোঁ পাৰিমে জান ঐ
পনিয়লো খাওঁ জান ঐ দুহাতে মোহাৰি
চিধা চিধি কথা কʼবি
তেৰা বেঁকাকে নকʼবি
ডিঙিটো পালে এহাতে পেলামে মোহাৰি
পিৰালি মচোঁ এইখনি হাতে
কাঁচিও ধৰোঁ এই এইখনি হাতে
হে জোকৰে ভয়তে খালকে নেৰো নেৰো
আমি অসমীয়া ছোৱালী ভয় নকৰোঁ
আমি অসমীয়া ছোৱালী জাকতে জিলিকো
এজাক সপোনৰে ভৰ
মৰম মোকেনো তুলি ধৰ
উৰি উৰি যাব খোজোঁ
বান্ধোন চিঙিব নোৱাৰোঁ
সৰু সৰু দুখৰ বোজাবোৰ
আজি বেয়া কালি হʼব দূৰ
লাই বাবৰী শাক তুলিনো ভাল পাওঁ
গধূলি পুৱা নাম এফাঁকি গাঁও
হে জোকৰে ভয়তে খালকে নেৰো নেৰো
আমি অসমীয়া ছোৱালী ভয় নকৰোঁ
আমি অসমীয়া ছোৱালী জাকতে জিলিকো
#DIMPYSONOWAL #AXOMIYASOWALI #CHANDANDAS #PALASHSURYAGOGOI #NEWASSAMESESONG2021
![](https://i.ytimg.com/vi/sZaMbR0CsOw/maxresdefault.jpg)