PABHO JORA 2
AUDIO CREDITS:
SINGER: CHANDAN DAS & DIMPY SONOWAL
SONG WRITER: DIGANTA BHARATI
SONG COMPOSER & MUSIC PRODUCER: CHANDAN DAS
GUITAR & STROKE: RUPAM SARMA
FLUTE: ANJAN MEDHI
AUDIO MIXER: PINKU DAS
AUDIO STUDIO: RED AV STUDIO (GUWAHATI, ASSAM, INDIA)
Music Label & Publisher : Red Av Studio
VIDEO CREDITS:
CHOREOGRAPHER: RUPJYOTI CHOUDHURY
ASST CHOREOGRAPHER: SAMIN
CINEMATOGRAPHER: BITUL DAS & BIPUL DAS
EDITOR: MANAS KASHYAP (CINEDREAMS)
ADDITIONAL EDITOR: LAMA
AERIAL: BIPLAB
MAKE-UP: RANJAN SARMA & POOJA
COSTUME: DIPLU
PRODUCTION MANAGER: NAYAN KALITA
For any enquiry and collaboration call:
(+91) 9864134945, (+91) 8638472395
Email: chandanmusik@gmail.com
(SOCIAL)
Follow Chandan Das
Instagram:
[ Ссылка ]
Facebook:
[ Ссылка ]
Follow Dimpy Sonowal
Instagram:
[ Ссылка ]
Facebook:
[ Ссылка ]
Also streaming on:
*Jio music- [ Ссылка ]==
*Hungama- [ Ссылка ]
*Wynk Music- [ Ссылка ]
*Sound Cloud- [ Ссылка ]
*Tidal- [ Ссылка ]
*iTunes- [ Ссылка ]
*Deezer- [ Ссылка ]
*Spotify- [ Ссылка ]
*Google Music- [ Ссылка ]
*iheartRadio- [ Ссылка ]
*Qobuz- [ Ссылка ]
*Yandex music- [ Ссылка ]
*Shazam- [ Ссылка ]
*7digital- [ Ссылка ]
Lyrics:
বহিবলৈ দিছা পাৰি পিৰাখনি
বহা বুলি কৈ..
মৰমেৰে চাৱনিটিত মৰম ঢালি
চকুত চকু থৈ..
হিয়াৰে ঘৰখন ভৰা ভৰা
জিলিকিছাঁ হৈ এটি তৰা
পাভ যোৰা তোমাৰ মোৰ
ভাঙে কোনে ঐ..
বহিবলৈ দিছা পাৰি পিৰাখনি
বহা বুলি কৈ..
মৰমেৰে চাৱনিটিত মৰম ঢালি
দুচকুত দুচকু থৈ...
দহোটিয়া গাঁৱৰে দহোজনে সুধিছে
কেতিয়ানো দুয়োৰে বিয়া..
আই ঐ দেহী চেনাইটি মই ৰৈ
আছোঁ তোমাৰ বাবে ঐ
কেতিয়ানো আহি মোক নিয়া
দুয়োৰে মন মিলি গ'লে
সপোনো যায় দিথকলে
পাভ যোৰা তোমাৰ মোৰ
ভাঙে কোনে ঐ..
ৰাতি এৰি পুৱালৈ আৰু দুপৰ বেলালৈ
তোমাৰ কথা ভাবিয়েই থাকো
আই ঐ দেহী কপৌ এজুৰি
নাছেনো ঘূৰি ঘূৰি
ইটোৰ ফালে সিটোৱে চাই
হিয়া সলাই ললোঁ হিয়া
পিৰিটি হয় যেন যুগমীয়া
পাভ যোৰা তোমাৰ মোৰ
ভাঙে কোনে ঐ..
বহিবলৈ দিছা পাৰি পিৰাখনি
বহা বুলি কৈ..
মৰমেৰে চাৱনিটিত মৰম ঢালি
দুচকুত দুচকু থৈ...
#pabho_jora
#dimpy_sonowal
#chandan_das
#Chandan_Das_Assam
#diganta_bharati
#new_assamese_song
#assamese_bihu_song
#assamese_melody #assamese_song
![](https://i.ytimg.com/vi/woZ6Bk5ORas/maxresdefault.jpg)